ৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সমূহ সদস্যলৈ ইংৰাজী নৱবৰ্ষ 2023 লৈ আন্তৰিক শুভকামনা জনালোঁ।  আপোনাৰ লগতে আপোনাৰ স-পৰিয়ালৰ প্ৰত্যেক গৰাকী সদস্যৰে জীৱন সুখ সমৃদ্ধিৰে ভৰপূৰ হৈ উঠক এই নৱবৰ্ষ।ৰৌদ্ৰজল পুৱাৰ সমস্ত সপোন ৰঙীন হৈ উঠক।মনে বিচৰা ধৰণে নৱবৰ্ষই কঢ়িয়াই আনক সকলোলৈ সুখ, সমৃদ্ধি আৰু স্বাচ্ছন্দতা তাৰেই ঐকান্তিক প্ৰত্যাশা ৰাখিছোঁ৷  সহৃদয়তাৰে, News 18 Nagaon ৰ সমুহ পৰিয়াল।